BREAKING

6/recent/ticker-posts

Home Delivery facility of fish in Bongaigaon town by Bongaigaon Municipality.

Bongaigaon Times:
Bongaigaon: 10.07.2020

বঙাইগাঁওৰ জনসাধাৰণক কভিড 19 ৰ গণসংক্ৰামণৰ পৰা আতৰি থাকিবলৈ ঘৰতেই থাকি মাছৰ হোম ডেলিভাৰিৰ ব্যৱস্থা গ্ৰহণ কৰিছে বঙাইগাওঁ পৌৰসভাই।


সাম্প্ৰতিক কভিড 19 ৰ বৰ্ধিত সংক্ৰামণৰ প্ৰতি লক্ষ্য ৰাখি আৰু গণ সংক্ৰামণ ৰোধৰ বাবে, বঙাইগাওঁ পৌৰসভাই মাছৰ ডেলিভাৰিৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

বঙাইগাঁওৰ জনসাধাৰণক কভিড 19 ৰ গণসংক্ৰামণৰ পৰা আতৰি থাকিবলৈ ঘৰতেই থাকি হোম ডেলিভাৰিৰ সুবিধা লবলৈ আহ্বান জনোৱা হল।

হোম ডেলিভাৰিৰ সেৱাৰ বাবে বঙাইগাওঁ পৌৰ সভাৰ এই নম্বৰত যোগাযোগ কৰক নং- ৮৭২৩৮৭২৪৭৩


In view of increasing numbers of COVID 19 cases, the Bongaigaon Municipality has introduced Home Delivery facility of fish in Bongaigaon town to keep people staying at home.

Therefore the citizen of Bongaigaon town have been urged to keep themselves away from the menace of COVID19 and avail the facility of Home Delivery.

Please contact the following number for order details. No- 8723872473


Source: Bongaigaon Municipality

Post a Comment

0 Comments